A Khabor digital

Directions Website

A Khabor digital Assam Hindi news live
( follow for more) local news will come every day

25/10/2026

তিনিচুকীয়াত বীৰ লাচিত সেনাৰ সংবাদমেল আৰু বৃহৎ যোগদান কাৰ্যসূচী

অম্লান জ্যোতি কোঁচক সভাপতি, মিঠু বৰাক মুখ্য সচিব হিচাপে লৈ ৩১ জনীয়া তিনিচুকীয়া আঞ্চলিক সমিতি গঠন

25/10/2026

তিনিচুকীয়াত বীৰ লাচিত সেনাৰ সংবাদমেল আৰু বৃহৎ যোগদান কাৰ্যসূচী

অম্লান জ্যোতি কোঁচক সভাপতি, মিঠু বৰাক মুখ্য সচিব হিচাপে লৈ ৩১ জনীয়া তিনিচুকীয়া আঞ্চলিক সমিতি গঠন

হাবিৰ মাজত অনৈতিক কাৰ্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এহাল যুৱক-যুৱতী বিৰুদ্ধে।আপত্তি জনক অৱস্থাত ৰাইজে ধৰাৰ অভিযোগ উঠ...
25/10/2026

হাবিৰ মাজত অনৈতিক কাৰ্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এহাল যুৱক-যুৱতী বিৰুদ্ধে।

আপত্তি জনক অৱস্থাত ৰাইজে ধৰাৰ অভিযোগ উঠিছে।

ইয়াকে লৈ দুয়ো পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডা সৃষ্টি হয়। অৱশ্যে দুয়োকে ধৰি আৰক্ষীক চমজাই দিয়ে ৰাইজে।

লামডিঙৰ কৃষ্ণ বস্তিত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।
বেনাৰ লাগে

25/10/2026

ডুমডুমাৰ চামদাং বাইপাছৰ দুৰ্ঘটনাস্থলীত হোৱা প্রতিবাদ স্থগিত।

আৰক্ষী-প্ৰশাসনৰ সৈতে প্ৰতিবাদকাৰীৰ আলোচনাৰ অন্তত প্রতিবাদ স্থগিত ৰখাৰ লগতে মৃ*তদেহ সত্কাৰৰ ব্যৱস্থা কৰে।

25/10/2026

নগাপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক 'নগাপথাৰ কাপ-২০২৬' ফুটবল প্রতিযোগিতাৰ শুভাৰম্ভ।

অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক হিচাপে শ্ৰীযুত বাস্তব ফুকনক দায়িত্ব প্ৰদান কৰা হয় ৷
25/10/2026

অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক হিচাপে শ্ৰীযুত বাস্তব ফুকনক দায়িত্ব প্ৰদান কৰা হয় ৷

25/10/2026

মাৰ্ঘেৰিটাৰ পাৱৈমুখত বুঢ়ীদিহিং নদীত সাতুৰিবলৈ গৈ দুজন কিশোৰ সন্ধানহীন;

উদ্ধাৰ অভিযান অব্যাহত

24/10/2026

ডুমডুমাৰ চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, তিনিগৰাকীৰ মৃত্যু তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামডাং বাইপাছত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। দুর্ঘটনাটোত তিনিগৰাকী লোকৰ মৃ*ত্যু হোৱা বুলি জানিব পৰা গৈছে।

24/10/2026

মাৰ্ঘেৰিটাত 'ৰাষ্ট্ৰীয় একতা দিৱস' উপলক্ষে আকর্ষণীয় মাৰাথন দৌৰ

৩১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাত থাকিব আকর্ষণীয় নগদ পুৰস্কাৰ!

24/10/2026

অবৈধ গৰু সৰবৰাহত কোন কোন জড়িত

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when A Khabor digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category