Khobor DHULA

Directions

Khobor DHULA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Khobor DHULA, Grocers, dhula, Mangaldai.

18/09/2026

খাৰুপেটীয়া আৰক্ষীৰ জা*লত প্ৰ*ৱঞ্চ*ক মফিদুল ইছলাম

চাকৰি-লোণ দিয়াৰ প্ৰ*লোভনেৰে লাখ লাখ টকা সংগ্ৰহৰ অ*ভিযোগ মফিদুলৰ বি*ৰুদ্ধে।

18/09/2026

দেৱাশিস শৰ্মা এজন লো*ভী ব্যক্তি : ৰেজাউল কৰিম চৰকাৰ
#নগাঁও #বিজেপি ゚

07/05/2026

দৰং জিলা সাংবাদিক সন্থাৰ সাধাৰণ সভা সম্পন্ন: জ্যেষ্ঠ সাংবাদিক ইমদাদূল ইছলামক সভাপতি , মেহবুব হাছানক সম্পাদক হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত :
সাংবাদিকৰ সমস্যাৰাজিৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা : সাহিত্যিক, সাংবাদিকক সম্বৰ্ধনা :

05/05/2026

দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত কাৱাদাঙা ৰাজাহাউলি গাওঁ পঞ্চায়তত AIUDFৰ

03/12/2025

অস্থিৰোগ(হাড়) বিশেষজ্ঞ ডাঃ ইমৰান হুছেইন এতিয়া মঙলদৈত
#গ্লবেল হেল্থ কেয়াৰ এণ্ড ডাইগ্নষ্টীক চেন্টাৰ , মঙলদৈ ১ নং ৱাৰ্ডত প্ৰতিদিনে ৰাতিপুৱা ৯-০০ বজাৰ পৰা।

20/11/2025

দৰঙৰ ধূলাত ভ*য়ং*কৰ পথ দু*ৰ্ঘট*না

# থি*তা*তে নি*হত এজন।

# একেদিশৰে পৰা যোৱা ট্ৰাক আৰু বাইকৰ সং*ঘৰ্ষ।

# বাইক আৰোহিৰ এজন লোক থি*তা*তে নি*হত।

# ধূলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এই দু*ৰ্ঘ*ট*না সংঘ*টিত হৈছে।

# মকচেদ আলি আৰু হামিদূৰ ৰহমান ব্যক্তি দুজনে দলগাওঁৰ পৰা চিপাঝাৰ গৈ থকা অৱস্থাত দু*ৰ্ঘট*না পতিত হয়।।

# মৃ*ত লোক জন দলগাওঁৰ ঢেকেৰিগাঁওৰ মকচেদ আলি বুলি জানিব পৰা গৈছে।

# আনহাতে হামিদুৰ ৰহমান বৰ্তমান সুস্থ আছে।

# ট্ৰাক খনৰ নম্বৰ হৈছে AP39 UE9349 আৰু palsar bike খনৰ নম্বৰ হৈছে AS01 F M7064

# বৰ্তমান ঘ*টনাস্থ*লীত ধূলা আৰক্ষীয়ে উপস্থিত হৈ পৰিবেশ নি*য়ন্ত্ৰণ কৰে।

18/11/2025

18/11/2025
18/11/2025

জুবিন দাৰ জন্মদিনৰ দিনটোত অ*সু*স্থ গৰিমা শইকীয়া গাৰ্গ ।

18/11/2025

মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ'ৰামৰ উদ্যোগত আৰু মঙলদৈবাসী ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন উদযাপন।

Address

Dhula
Mangaldai
784146

Website

Alerts

Be the first to know and let us send you an email when Khobor DHULA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category

Nearby grocery stores