South Hkd Aasu

Call Directions Contact the business

South Hkd Aasu Farouk Ahmed barbhuiya

Writingজয় আই অসমসদৌ অসম ছাত্ৰ সংস্থা আছু জিন্দাবাদ📢 তীব্র প্রতিবাদঝালনাছড়া আঞ্চলিক ছাত্র সংস্থা আছুবেতছড়া হইতে ঘাড়মু...
11/09/2026

Writing
জয় আই অসম
সদৌ অসম ছাত্ৰ সংস্থা আছু জিন্দাবাদ
📢 তীব্র প্রতিবাদ
ঝালনাছড়া আঞ্চলিক ছাত্র সংস্থা আছু
বেতছড়া হইতে ঘাড়মুড়া PMGSY Road
Under Hailakandi PWD Division
আলগাপুর–কাটলিছড়া সমষ্টির এই গুরুত্বপূর্ণ রাস্তার বেহাল অবস্থার কারণে চরম দুর্ভোগে সাধারণ মানুষ।
রাস্তার অবস্থা এতটাই শোচনীয় যে জরুরি মুহূর্তে অ্যাম্বুলেন্স পর্যন্ত চলাচল করতে পারেনি। এর ফলে বিপদের মুখে পড়েছেন সাধারণ মানুষ, শত শত ছাত্রছাত্রী এবং অসুস্থ রোগীরা।
অবিলম্বে বেতছড়া–ঘাড়মুড়া PMGSY Road সংস্কার ও চলাচলের উপযোগী করার দাবি জানাচ্ছে ঝালনাছড়া আঞ্চলিক ছাত্র সংস্থা আছু।
জনদুর্ভোগ বন্ধ করুন — অবিলম্বে রাস্তা সংস্কার করুন।

11/09/2026

Writing
জয় আই অসম
সদৌ অসম ছাত্ৰ সংস্থা আছু জিন্দাবাদ
📢 তীব্র প্রতিবাদ
ঝালনাছড়া আঞ্চলিক ছাত্র সংস্থা আছু
বেতছড়া হইতে ঘাড়মুড়া PMGSY Road
Under Hailakandi PWD Division
আলগাপুর–কাটলিছড়া সমষ্টির এই গুরুত্বপূর্ণ রাস্তার বেহাল অবস্থার কারণে চরম দুর্ভোগে সাধারণ মানুষ।
রাস্তার অবস্থা এতটাই শোচনীয় যে জরুরি মুহূর্তে অ্যাম্বুলেন্স পর্যন্ত চলাচল করতে পারেনি। এর ফলে বিপদের মুখে পড়েছেন সাধারণ মানুষ, শত শত ছাত্রছাত্রী এবং অসুস্থ রোগীরা।
অবিলম্বে বেতছড়া–ঘাড়মুড়া PMGSY Road সংস্কার ও চলাচলের উপযোগী করার দাবি জানাচ্ছে ঝালনাছড়া আঞ্চলিক ছাত্র সংস্থা আছু।
জনদুর্ভোগ বন্ধ করুন — অবিলম্বে রাস্তা সংস্কার করুন।

10/09/2026

সংবাদ মেলৰ বক্তব্য
জয় আই অসম।
সদৌ অসম ছাত্ৰ সংস্থা আছু জিন্দাবাদ।
আজি ঝালনাছড়া আঞ্চলিক ছাত্ৰ সংস্থা আছুৰ তৰফৰ পৰা আমি সংবাদ মাধ্যমৰ জৰিয়তে পুৰণি কাটলিছড়া সমষ্টিৰ জনসাধাৰণৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় ৰাইজৰ সন্মুখত উত্থাপন কৰিবলৈ আহিছোঁ।
পুৰণি কাটলিছড়া সমষ্টিৰ পৰা এটাৰ পিছত এটাকৈ গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় কৰ্তন বা স্থানান্তৰ কৰাৰ যি প্ৰক্ৰিয়া চলিছে, আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।
বিশেষকৈ—
প্ৰথমতে, Development Block,
দ্বিতীয়তে, Circle Office,
আৰু তৃতীয়তে, Police Station।
এই কাৰ্যালয়সমূহ কেৱল এটা চৰকাৰী ভৱন নহয়। এইবোৰৰ সৈতে অঞ্চলটোৰ হাজাৰ হাজাৰ সাধাৰণ ৰাইজৰ দৈনন্দিন প্ৰয়োজন আৰু চৰকাৰী সেৱা জড়িত হৈ আছে। এই কাৰ্যালয়সমূহ আঁতৰাই নিলে সাধাৰণ মানুহে চৰকাৰী সেৱা লাভ কৰিবলৈ অধিক দূৰলৈ যাব লাগিব আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লাগিব।
সেয়েহে আমাৰ প্ৰশ্ন—জনসাধাৰণৰ সুবিধা-অসুবিধাৰ কথা চিন্তা নকৰাকৈ কিয় এনেধৰণৰ সিদ্ধান্ত লোৱা হৈছে?
আৰু এই বিষয়ত আমি স্থানীয় বিধায়কৰ নীৰৱ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছোঁ।
জনসাধাৰণে ভোট দি তেওঁক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। গতিকে ৰাইজৰ স্বাৰ্থৰ সৈতে জড়িত ইমান গুৰুত্বপূৰ্ণ বিষয়ত তেওঁৰ স্পষ্ট স্থিতি জনসাধাৰণৰ আগত প্ৰকাশ কৰিব লাগে।
আমি জানিব বিচাৰোঁ—
কিয় তেওঁ নীৰৱ?
ৰাইজৰ স্বাৰ্থত তেওঁ কি পদক্ষেপ গ্ৰহণ কৰিছে?
আৰু পুৰণি কাটলিছড়া সমষ্টিৰ চৰকাৰী কাৰ্যালয়সমূহ ৰক্ষা কৰাৰ বাবে তেওঁ কেতিয়া মাত মাতিব?
ঝালনাছড়া আঞ্চলিক ছাত্ৰ সংস্থা আছুৱে স্পষ্ট কৰি দিব বিচাৰোঁ—জনসাধাৰণৰ অধিকাৰ আৰু স্বাৰ্থৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰোঁ।
আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ—পুৰণি কাটলিছড়া সমষ্টিৰ পৰা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় কৰ্তন বা স্থানান্তৰৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক আৰু ৰাইজৰ সুবিধাৰ কথা আগত ৰাখক।
অন্যথা, এই দাবী পূৰণ নকৰিলে আগন্তুক দিনত ঝালনাছড়া আঞ্চলিক ছাত্ৰ সংস্থাই গণতান্ত্ৰিক আৰু সাংবিধানিক পদ্ধতিৰে বৃহত্তৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।
শেষত সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক ক’ব বিচাৰোঁ—ৰাইজৰ মাতক আওকাণ নকৰিব। জনসাধাৰণৰ স্বাৰ্থক সৰ্বাধিক গুৰুত্ব দিয়ক।
জয় আই অসম।
সদৌ অসম ছাত্ৰ সংস্থা আছু জিন্দাবাদ।
জনসাধাৰণৰ অধিকাৰ জিন্দাবাদ।শেষত সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক ক’ব বিচাৰোঁ—ৰাইজৰ মাতক আওকাণ নকৰিব। জনসাধাৰণৰ স্বাৰ্থক সৰ্বাধিক গুৰুত্ব দিয়ক।
জয় আই অসম।
সদৌ অসম ছাত্ৰ সংস্থা আছু জিন্দাবাদ।
জনসাধাৰণৰ অধিকাৰ জিন্দাবাদ।

10/09/2026
01/09/2026

ঝালনাছড়া to Gharmura রাস্তার ধছে নামা মাটির
সমস্যা অস্তায়ি ভাবে সমাধান হয়েছে ঝালনাছড়া আঞ্চলিক ছাত্র সংস্থার তৎপরথায়।

01/09/2026

Jhalnacherra to gharmura pmgsy road এর দৃশ্য
Department
# MLA Algapur katlicherra
Hailakandi district students union

24/08/2026

জই আই অসম।
South hkd AASU.
প্রতিবাদ জামিরা হাই স্কুল বি এর বিরুদ্ধে।

Address

Jhalnacherra
Katlicherra
788162

Telephone

+919859156458

Website

Alerts

Be the first to know and let us send you an email when South Hkd Aasu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to South Hkd Aasu:

Shortcuts

Share

Category