DGS

DGS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DGS, Grocers, Maloibari kuropar, Guwahati.

দাস গ্ৰছাৰী ষ্টোৰলৈ আপোনালোকক স্বাগতম!
এতিয়া উন্নত মানৰ ৰেচন, মোবাইল, টিভি, ৰিচাৰ্ছ, লগতে বিয়াৰ উপহাৰ সামগ্ৰী উপলব্ধ। আমাৰ ষ্টোৰত সকলো ধৰণৰ গুণমানৰ গ্ৰছাৰী সামগ্ৰী উপলব্ধ, আৰু সৰ্বনিম্ন মূল্যত। আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক

01/05/2026
08/03/2026

দাস গ্ৰছাৰী ষ্টোৰলৈ আপোনালোকক আন্তৰিক স্বাগতম!

আমাৰ ষ্টোৰত এতিয়া উন্নত মানৰ ৰেচন, মোবাইল, টিভি, ৰিচাৰ্ছ, লগতে বিয়া-সাহাৰ উপহাৰ সামগ্ৰী উপলব্ধ।

সৰ্বনিম্ন মূল্যত সকলো ধৰণৰ গুণমানৰ গ্ৰছাৰী সামগ্ৰীসমূহৰ বাবে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক

02/03/2026

দাস গ্ৰছাৰী ষ্টোৰ পৰা হোলী আন্তৰিক শুভেচ্ছা জনাইছো আনন্দ, হাঁহি, সুখৰ শুভেচ্ছা আৰু এই ঋতুৰ ঐশ্বৰিক ৰং, আপোনালোকৰ জীৱনক আলোকিত কৰি সুস্থ আৰু সুৰক্ষিত কৰি ৰাখক। এই বিশেষ উৎসৱৰ বতৰ উপভোগ কৰক।

17/02/2026

Das Grocery store icecream available Now
DGS

10/02/2026

🔴URGENT REQUIREMENT
MALE CANDIDATES FOR MARKETING

Location: Maloibari ( kuropar)
💸Salary:15000
📞 Contact:8811039893

📄 Required Documents:
PAN card
Aadhaar card

সিদ্ধিবিনায়ক প্ৰভু শ্ৰীশ্ৰী 'গণেশ জয়ন্তী'ৰ পৱিত্ৰ ক্ষণত ভক্তিপ্ৰাণ ৰাইজক শুভেচ্ছা যাচিলোঁ আৰু সকলোৰে কুশল-মংগল কামনা কৰি...
22/01/2026

সিদ্ধিবিনায়ক প্ৰভু শ্ৰীশ্ৰী 'গণেশ জয়ন্তী'ৰ পৱিত্ৰ ক্ষণত ভক্তিপ্ৰাণ ৰাইজক শুভেচ্ছা যাচিলোঁ আৰু সকলোৰে কুশল-মংগল কামনা কৰি সিদ্ধিদাতাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।

14/01/2026

মেজিৰ জুয়ে নাশ কৰক সকলোৰে অপায়-অমংগল, লৈ আহক কল্যাণৰ বতৰা৷
দাস গ্ৰছাৰী ষ্টোৰ ৰ তৰফৰ পৰা আপোনালোক আটাইলৈ পুনৰবাৰ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

দাস গ্ৰচাৰী ষ্টোৰত এতিয়া সকলো ধৰণৰ বিবাহ, জন্ম দিনৰ উপহাৰ সামগ্ৰী উপলদ্ধ
11/01/2026

দাস গ্ৰচাৰী ষ্টোৰত এতিয়া সকলো ধৰণৰ বিবাহ, জন্ম দিনৰ উপহাৰ সামগ্ৰী উপলদ্ধ

Address

Maloibari Kuropar
Guwahati
782403

Website

Alerts

Be the first to know and let us send you an email when DGS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category