05/10/2025
#গৰিমা শইকীয়া গাৰ্গ : জুবিনে ১০০ টকা পালে মানুহক ৭০ টকা বিলাই দিছিল,, জুবিনে মানুহক দিবলৈ শিকিলে নিজৰ বাবে ৰাখিবলৈ নিখিকিলে ।
গৰিমা শইকীয়া গাৰ্গ : জুবিনে ১০০ টকা পালে সেই গোটেই ১০০ টকা টো কেতিয়াবা দুখীয়া মানুহক বিলাই দিছিল হাঁহি হাঁহি ,,,কিন্তু কেতিয়াবা মই যদি সেই ১০০ টকাটোৰ কথা সুধিছিলোঁ তেতিয়া মোক কৈছিল জুবিনে .....মই ধাৰ কৰি খাম ,,তুমি চিন্তা নকৰিবা।
গৰিমা শইকীয়া গাৰ্গ:
জুবিন দাক কৈছিল,,,আমি বুঢ়া হলে,,কিবা আমাৰ বেমাৰ আজাৰ হলে ,, আমি হস্পিতালত থাকিলে আমি কি কৰিম ? আমাৰ হাতত টকা পইছা নাথাকিলে আমি বহুত বিপদত পৰিম ।
জুবিন গাৰ্গ: গৰিমা তুমি চিন্তা নকৰিবা মোৰ লগত ৰিক্সা ৱালা , চাই ৱালা,,দুখীয়া মানুহ বহুত আছে ,,মোৰ বিপদৰ সময়ত চাবা বেলেগ মানুহে সহায় নকৰিলেও মোক এই খিনি মানুহে ১ টকা দি হলেও সহায় কৰিব আৰু তোমাৰ ক্ষেত্ৰটো এই
মানু্হ খিনীয়ে এনেকৈ সহায় কৰি যাব । মোক এইখিনি মানুহে ১ টকাকৈ দি সহায় কৰিলেও বহুত হৈ যাব চিন্তা নকৰিবা মই আছোঁ তোমাৰ লগত ।
জুবিন গাৰ্গ : মই ধনী মানুহৰ লগত থাকি ভাল নাপাওঁ ,,,,,কিছুমানে ধনী মানুহৰ লগত থাকি বহুত ভাল পায়, ধনী মানুহৰ লগতে থাকে কিন্তু মই দুখীয়া মানুহৰ লগত থাকি ভাল পাওঁ তেওঁ লোকে বহুত কষ্ট কৰি খায় ,,বহুত কষ্ট কৰে ,, মানুহৰ মূল্য বুজি পায় ,,ধনী মানুহে ,,মানুহৰ মূল্য বুজি নাপায় কেৱল টকা চিনি পায় ।
ৰিক্সা ৱালা : ১০ টকা ভাৰা হলে আমাক জুবিন দাই ৫০০ টকা দিয়ে তাতোতকৈ কেতিয়াওঁ কম নিদিয়ে ৫০০ টকাই দিয়ে আমি কিবা কলে কয় আৰু লাগিব নেকি ? কেতিয়াবা গাড়ীত বহি ওলাই যাওঁতে আমাক বাটত দেখিলে গাড়ী খন ৰখায় গ্লাচ খন শুলি ৫০০ টকা দি যায় 😭 😢 😢 😢
চাই ৱালা : চাহ ১ কাপৰ দাম ৫ টকা ,, কিন্তু জুবিন দাই আমাক ৫০০ টকীয়া নহলে কেতিয়াবা হাতত যিমান খিনি টকা থাকে সিমান খিনিয়েই দি গৈছিল ,, তাত কিমান টকা আছিল সেইটোও চোৱা নাছিল কেৱল দি গৈছিল 😭 😢 😢 😢 😢
বাটৰ হোটেল ৱালা : লুচি টোৰ দাম মাত্ৰ ২০ টকা কিন্তু জুবিন দাই আমাক ৫০০ টকা দি যায় ,, তাতোতকৈ কম কেতিয়াও নিদিয়ে আৰু কয় কিবা বিপদ হলে মোক কবি মই সহায় কৰিম ,,চিন্তা নকৰিবি মই আছোঁ ,,,, মোক এবাৰ ৩০০০, ৫০০০, ৬০০০ আৰু বহুত দি গৈছিল নিজেই মোৰ ওচৰত আহি 😭 😢 😢 😢 😢 😭 😭
এজন social worker ৰে কৈছে : জুবিন দাই program কৰি যেতিয়া যোৰহাটৰ পৰা ঘৰলৈ উভতি আহিছিল ,,তেতিয়া বাটতে জুবিন দাক সহায় বিছাৰি এজন মানুহ গৈছিল কিবা কিডনী টো বেয়া হৈছে বুলি , মেডিকেলত ৩ লাখ টকা দিব লাগে বুলি ,,,, তেতিয়া জুবিন দাৰ হাতত প্ৰায় ডেৰ দুই লাখ টকা আছিল ,,,,, জুবিন দাই অকণো নাভাৱি ,,, চোৱা চিন্তা নকৰি সেই গোটেই পইছা খিনি দি কয়,,, মোৰ লগত ইমানখিনিয়ে আছে তই বাকীখিনি কিবা এটা manage কৰি লবি নহলে মোৰ কথা কবি ডক্তৰক মই দিম বুলি । তেতিয়া তাত, সেই খিনি সময়ত Evidance আছিল social worker ৰ জনৰ দেউতাক 💔 💔 💔 💔 💔
ৰাজা বৰুৱা দাই কৈছে যেতিয়া জুবিন দাৰ ওচৰত সহায় বিছাৰি মানুহ গৈছিল তেতিয়া তেওঁৰ লগত থকা টকাৰ বাণ্ডুলটোত কিমান ১০০ টকীয়া আছিল ,,, কিমান ৫০০ টকীয়া আছিল আৰু কিমান লাখ টকা আছিল চোৱা নাছিল মাথোঁ সহায়ৰ বাবে দি গৈছিল ।
জুবিন দাৰ লগত যি কেইজন মানুহে ছিংগাপুৰত গৈছিল তেওঁলোকক জুবিন দাই সহায় কৰিছিল ,,,,কিছুমানে গান গাব জনা নাছিল ,,কিছুমানে music ৰ M টো কি জনা নাছিল ,,,কিছুমানৰ মাতটো বেয়া আছিলঃ তথাপিটো জুবিন দাই লগত লৈ ফুৰিছিল ,, গান গোৱাইছিল ,,গান গোৱাই লৈ ফুৰিছিল,,,, অসমৰ ৰাইজৰ আগত চিনাকি কৰাই দিছিল কিন্তু আজি সেই মানুহ জন , সেই মানু্হ গৰাকী আজি জুবিন দাৰ মৃত্যুৰ লগত জৰিয়ত হৈ পৰিল ,,, জুবিন দাক মাৰি পেলালে বিহপান কৰোৱাই ,,,,জুবিন দাক লৈ মিছা মাতিলে ,, চি চি।
জুবিন দাই যিমান পাৰিছিল সিমান সহায় কৰি গৈছিল মানুহক,, কিন্তু আজি কিছুমানে এই সুবিধা খিনীক লৈ বিহপান কৰোৱাই জুবিন দাক মাৰি পেলালে । অলপ মান টকা পইছা বাৱে,,,এই টকা পইছা খিনি যদি জুবিন দাক বিছাৰিলে হয়,, হয়তো জুবিন দাই হাঁহি হাঁহি দি দিলে হয় ।
মই এটাই কথা কম : ইহঁতৰ এনেকুৱা দিন আহক ,,ইহঁতে যাতে ভিক্ষা বিছাৰি খুজি খাব লগা হয় । ইহঁত ভিক্ষাৰী হৈ ভিক্ষা বিছাৰি খোৱাতো মই বিচাৰোঁ,,,,, : #শ্যামকানু মহন্ত, শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে যি কেইজনে মিলি ,ফাকি দি জুবিন দাক হত্যা কৰিছিল।।