Khilanjia

Khilanjia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Khilanjia, RGVN building, Rajgarh Road, Guwahati.

Plants • Landscaping • Gardening Solutions

আমাৰ ইয়াত বিভিন্ন প্ৰজাতিৰ ফুল আৰু ফলৰ লগতে অন্যান্য গছৰ পুলি পোৱা যায়।

ঠিকনা- RGVN কাৰ্যালয় চৌহদ, ৰাজগড়, গুৱাহাটী

Prune today for a better bloom tomorrow. 🌱🌿✂️💐
03/04/2026

Prune today for a better bloom tomorrow. 🌱🌿✂️💐

18/02/2026
📌কেৱল 119 টকাৰ পৰা আমাৰ ইয়াত বগেনভেলীয়া উপলব্ধ আছে। 📌Bougainville available here starting at just ₹119. Address: Rajga...
18/02/2026

📌কেৱল 119 টকাৰ পৰা আমাৰ ইয়াত বগেনভেলীয়া উপলব্ধ আছে।
📌Bougainville available here starting at just ₹119.

Address: Rajgarh Main Road, premises of the RGVN (Rashtriya Gramin Vikas Nidhi) office and near By-lane 7, Rajgarh, Guwahati, Assam.
Contact: 8638686533/8099795989

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজ, পাঞ্জাবাৰীত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন-গুৱাহাটী অ...
29/01/2026

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজ, পাঞ্জাবাৰীত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনত আমাৰ বিপনী লগোৱা হৈছে। ইয়াৰ পৰা অতি কম মূল্যত ফুল-ফল আদিৰ পুলি ক্ৰয় কৰিব পাৰিব।

₹99 টকাৰ পৰা আৰম্ভ হৈছে বগেনভেলীয়া ফুলৰ দাম।ফুলি থকা ডাঙৰ পেকেটৰ Petunia কেৱল মাত্ৰ 39 টকাত দিয়া হৈছে। ঘৰত সজোৱা বিভিন...
27/01/2026

₹99 টকাৰ পৰা আৰম্ভ হৈছে বগেনভেলীয়া ফুলৰ দাম।

ফুলি থকা ডাঙৰ পেকেটৰ Petunia কেৱল মাত্ৰ 39 টকাত দিয়া হৈছে।

ঘৰত সজোৱা বিভিন্ন প্লান্ট টাবৰ সৈতে ₹99 টকাৰ পৰা আৰম্ভ হৈছে আৰু পেকেটৰ বোৰ ₹25 টকাৰ পৰা দাম আৰম্ভ হৈছে। অন্যান্য ফুলবোৰো অতি কম মূল্যত লাভ কৰিবলৈ আজিয়েই আহক ৰাজগড়স্থিত RGVN কাৰ্যালয়ৰ চৌহদত থকা আমাৰ নাৰ্চাৰীলৈ..
যোগাযোগ নম্বৰ- 8638686533/ 8099795989

বি:দ্ৰ:- আপোনাৰ ঘৰৰ চৌহদ নাইবা চাদ আদিত সৰুকৈ নাৰ্চাৰী ব্যৱসায় আৰম্ভ কৰিলেও আমাৰ পৰা কমকৈ হ'লেও ফুল, ফল আদি হলচেল দামত লৈ যাব পাৰিব।

Bougainvillea plants available starting from just at ₹99!

Blooming large packet Petunia flowers are available for only at ₹39.

A variety of decorative plants with tubs are available starting from ₹99, and packet plants are available from ₹25 onwards.

Many other flowering plants are also available at very affordable prices.
Visit our nursery located at the RGVN Office Campus, Rajgarh today and grab the best deals!

📞 Contact Number: 8638686533/ 8099795989

Note:
Even if you wish to start a small nursery business in your home courtyard or rooftop, you can purchase flowers, fruits, and other plants from us at wholesale prices, even in small quantities.

আমাৰ বিপনীত ভিন্ন ৰঙী তথা বিভিন্ন প্ৰজাতিৰ গোলাপ আহিছে। গোলাপৰ লগতে অন্যান্য ফুল আদি অতি কম মূল্যত ক্ৰয় কৰিব বিচাৰিলে ৰ...
19/01/2026

আমাৰ বিপনীত ভিন্ন ৰঙী তথা বিভিন্ন প্ৰজাতিৰ গোলাপ আহিছে। গোলাপৰ লগতে অন্যান্য ফুল আদি অতি কম মূল্যত ক্ৰয় কৰিব বিচাৰিলে ৰাজগড়স্থিত bylane ৭ ৰ সমীপত থকা RGVN কাৰ্যালয়ৰ চৌহদত আহিলে পাই যাব। অনলাইন অৰ্ডাৰৰ বাবে 8638686533/8099795989 নম্বৰত যোগাযোগ কৰিব পাৰিব।

Various colorful and different varieties of roses have arrived in our nursery. Along with roses, other flowers are also available at very low prices. To purchase them, please visit the RGVN office premises near Bylane 7, Rajgarh. For online orders, you may contact us at 8638686533 / 8099795989.

31/12/2025

ধন্যবাদ ❤️

শনিবাৰ আৰু দেওবাৰে অৰ্থাৎ কালি আৰু পৰহি ৰাজগড়স্থিত Rashtriya Gramin Vikas Nidhi চমুকৈ RGVN ৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত ...
26/12/2025

শনিবাৰ আৰু দেওবাৰে অৰ্থাৎ কালি আৰু পৰহি ৰাজগড়স্থিত Rashtriya Gramin Vikas Nidhi চমুকৈ RGVN ৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া ফুলৰ মেলাৰ বাবে প্ৰস্তুতি চলি আছে। ইতিমধ্যে বহুখিনি ফুল আহি পাইছেহি তথা আৰু বহুধৰণৰ ফুল, ফল আদি আহিবলৈ বাকী আছে। শীতকালীন এই ফুলৰ মেলাত সকলোৰে উপস্থিতি কামনা কৰিলোঁ। ঠিকনা বিচৰাত অসুবিধা হ'লে গুগল মেপত RGVN বুলি চাৰ্ছ কৰি আহিব পাৰিব।

RGVN (Rashtriya Gramin Vikas Nidhi) ৰ উদ্যোগত তথা খিলঞ্জীয়া নাৰ্চাৰীৰ সহযোগত বছৰটোৰ শেষৰ শনি আৰু দেওবাৰে নিম্ন লিখিত স্...
24/12/2025

RGVN (Rashtriya Gramin Vikas Nidhi) ৰ উদ্যোগত তথা খিলঞ্জীয়া নাৰ্চাৰীৰ সহযোগত বছৰটোৰ শেষৰ শনি আৰু দেওবাৰে নিম্ন লিখিত স্থান, তাৰিখ আৰু সময়ত এখনি "শীতকালীন ফুলৰ মেলা"ৰ আয়োজন কৰা হৈছে। উক্ত মেলাত আপোনালোকৰ উপস্থিত একান্তভাৱে কামনা কৰিলোঁ।

স্থান: RGVNৰ কাৰ্যাল়য় চৌহদ, ৰাজগড়, গুৱাহাটী
তাৰিখ: ২৭ আৰু ২৮ ডিচেম্বৰ ২০২৫ ইং
সময়: ৰাতিপুৱা ৯বজাৰ পৰা ৰাতি ৮বজালৈ

Address

RGVN Building, Rajgarh Road
Guwahati
781003

Telephone

+918099795989

Website

Alerts

Be the first to know and let us send you an email when Khilanjia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share