Assam Koiri Samaj

Assam Koiri Samaj Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam Koiri Samaj, Grocers, Guwahati, Gauhati.

অসম কৈৰী সমাজ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত থকা চেঁচা চাহ বাগিছাৰ আঞ্চলিক সমিতি গঠন কৰা হয়। নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত বিবেক...
16/04/2026

অসম কৈৰী সমাজ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত থকা চেঁচা চাহ বাগিছাৰ আঞ্চলিক সমিতি গঠন কৰা হয়। নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত বিবেক কৈৰী সম্পাদক শ্ৰীযুত গপী কৈৰীক লৈ ২১ জনীয়া কমিটীৰে গঠন কৰা হয়।
আমি ডিব্ৰুগড় জিলা সমিতি তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ধন্যবাদ......

অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ২৪ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অসম কৈৰী‌ সমাজে জিলাই জিলাই উদযাপন কৰাৰ দৃশ্য ।
09/04/2026

অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ২৪ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অসম কৈৰী‌ সমাজে জিলাই জিলাই উদযাপন কৰাৰ দৃশ্য ।

যোৱা ইং ২৩ জানোৱাৰী‌ অসম কৈৰী সমাজৰ কাৰ্যলয় নিৰ্মানৰ  শুভ উদ্বোধন।
02/02/2026

যোৱা ইং ২৩ জানোৱাৰী‌ অসম কৈৰী সমাজৰ কাৰ্যলয় নিৰ্মানৰ শুভ উদ্বোধন।

congratulations 💐💐💐
14/12/2025

congratulations 💐💐💐

04/12/2025
আজি ইং ২৩/১১/২০২৫ তাৰিখেপানীতোলা গুটিবাৰী গাঁৱত অনুষ্ঠিত হোৱা অসম কৈৰী সমাজৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ সন্দৰ্ভত আলোচনা।
23/11/2025

আজি ইং ২৩/১১/২০২৫ তাৰিখে
পানীতোলা গুটিবাৰী গাঁৱত অনুষ্ঠিত হোৱা
অসম কৈৰী সমাজৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ সন্দৰ্ভত আলোচনা।

আজি দিনটো অসমৰ বাবে ভাল খৱৰ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডিব্ৰুগড় জিলাৰ আয়ুক্ত তথা অসমৰ একমাত্র উজনি অসম আৰ্চাৰী একাডেমিৰ সভাপ...
05/08/2025

আজি দিনটো অসমৰ বাবে ভাল খৱৰ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডিব্ৰুগড় জিলাৰ আয়ুক্ত তথা অসমৰ একমাত্র উজনি অসম আৰ্চাৰী একাডেমিৰ সভাপতি মাননীয় শ্রীযুত বিক্রম কৈৰী ছাৰলৈ মুখ্যমন্ত্রী কর্মশ্রী বঁটা লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰথমজন আয়ুক্ত যি এখন ক্রীড়া জন্ম ক্ষেত্রত নতুন প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰা প্ৰথম ব্যক্তি। এই সম্মান পোৱাৰ বাবে অসম কৈৰী সমাজ তৰফৰ পৰা বহু বহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

ন্যাসৰ সন্মানীয় ন্যাসী শ্ৰী বীৰেন কৈৰী দেৱৰ পুত্ৰ জ্ঞানেশ কৈৰী য়ে UGC Net পৰীক্ষাত উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয়/মহাবিদ্যা...
24/07/2025

ন্যাসৰ সন্মানীয় ন্যাসী শ্ৰী বীৰেন কৈৰী দেৱৰ পুত্ৰ জ্ঞানেশ কৈৰী য়ে UGC Net পৰীক্ষাত উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে যোগ্যতা অৰ্জন কৰিছে। বৰ্তমান তেওঁ অসম বিশ্ববিদ্যালয়ৰ, বানিজ্য বিভাগৰ গৱেষক ছাত্ৰ । এই ছেগতে তেওঁলৈ তথা তেওঁৰ পৰিয়াল বৰ্গলৈ অসম কৈৰী‌ সমাজ হৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।

বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচিত্ৰ জগতৰ প্ৰতিষ্ঠিত শিল্পী প্ৰয়াত পদ্মনাথ কৈৰী দেৱৰ পঞ্চম বাৰ্ষিক মৃত্যু  তিথিত...
08/06/2025

বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা অসমীয়া চলচিত্ৰ জগতৰ প্ৰতিষ্ঠিত শিল্পী প্ৰয়াত পদ্মনাথ কৈৰী দেৱৰ পঞ্চম বাৰ্ষিক মৃত্যু তিথিতলৈ অসম কৈৰী সমাজৰ তৰফৰ পৰা শ্ৰদ্ধাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ*
🙏🙏🙏

Address

Guwahati
Gauhati
781001

Website

Alerts

Be the first to know and let us send you an email when Assam Koiri Samaj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Koiri Samaj:

Share

Category