Babu Kaif Assam

Directions

Babu Kaif Assam মোৰ সৰু পৃথিৱী খনলৈ আপোনালোকক স্বাগতম জনাইছো, মৰমেৰে পেজটো আগুৱাই লৈ যাব বুলি আশা কৰিলো... like কৰিব আকৌ

09/10/2026

📱✨ OPPO-এ F35 নতুন ছিৰিজ লঞ্চ কৰিছে! ✨

OPPO F35 আৰু F35 Pro-ৰ Launching Video 🎥
আপোনালোকৰ কেনেকুৱা লাগিল, Like 👍 Comment 💬 আৰু Share কৰি জনাব।

04/10/2026

📱✨ অহাকালি এটা বিশেষ দিন! ✨📱

OPPO F35 Series-ৰ বহুচৰ্চিত Launching Event-লৈ মোকো Invitation জনোৱা হৈছে। ❤️

সেইবাবে অহাকালি উপস্থিত থাকিম OPPO F35 Series Launching Event-ত। 🎉
নতুন Smartphone-টোৰ Design, Features আৰু নতুনত্ববোৰ ওচৰৰ পৰা চাবলৈ মইও যথেষ্ট Excited! 🔥📱

অহাকালিৰ এই বিশেষ Launching Event-ৰ কিছু বিশেষ মুহূৰ্ত আপোনালোকৰ সৈতে Share কৰিম।
গতিকে লগত থাকিব আৰু ভিডিঅ’টো চাবলৈ নাপাহৰিব। ❤️

OPPO F35 Series — Ready for the Next Experience! 🚀

04/10/2026

হোটেল ৰত্নাৱলী প্লেচলৈ আহি সঁচাকৈয়ে বহুত ভাল লাগিল। ❤️
মই আপোনালোকৰ সৈতে এই সুন্দৰ মুহূৰ্তটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ কেনে লাগিল, নিশ্চয় লাইক কৰি কমেণ্ট কৰি জনাব। 😊❤️

23/09/2026
23/09/2026

ৰাস্তাত গৈ থাকোঁতে বেংককৰ এখন গাঁও দেখা পালোঁ। 🌿
গাঁওখনৰ পৰিৱেশটো ধুনীয়া লাগিল যে আপোনালোককো এবাৰ দেখুৱাই লওঁ বুলি ভাবিলোঁ। ❤️
সেইবাবেই ভিডিঅ’টো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ।
চাই কেনেকুৱা লাগিল জনাবচোন। 😊🌿

Ai+ Mobile
29/05/2026

Ai+ Mobile

06/02/2026




Good morning
20/01/2026

Good morning

19/01/2026

Address

Darrang
784115

Website

Alerts

Be the first to know and let us send you an email when Babu Kaif Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share