Chand Vlog

Chand Vlog Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Chand Vlog, Grocers, Mandia, Barpeta.

20/03/2026

ঈদ উল-ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলে মন্দিয়া সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ও জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে।
ঈদ মোবাৰক।

20/03/2026

মন্দিয়া পাথাৰত ঈদু উল- ফিতৰৰ সমূহীয়া নামাজ পঢ়াৰ বাবে ঈদগাহ সজাই পৰাই তোলা হৈছে।

ঈদগাহ সমুহীয়া নামাজ ৰাতিপুৱা ৮:১৫ বজাৰত আদায় কৰা হ'ব: ঈদগাহ পৰিচালনা সমিতি।

28/02/2026
21/02/2026

বাঘবৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ উন্নয়নৰ ফোপোলা স্বৰূপ: সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া।

20/02/2026

বাঘবৰ সমষ্টিৰ সত্ৰকনৰা গাওঁ পঞ্চায়তৰ ৪ নং ওৱাডৰ ৰাস্তাৰ উন্নয়ন সম্পৰ্কে ৰাইজৰ প্ৰতিক্ৰিয়া।

20/02/2026

অসম বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনটোত জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ প্ৰশ্নটোৱে খালী শিক্ষক পদ পূৰণৰ জৰুৰী বিষয়টো আৰু মাত্ৰ এজন শিক্ষকৰ সৈতে বিদ্যালয়সমূহ চলি থকাৰ ক্ৰমবৰ্ধমান চিন্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাৰ বহুকেইখন একত্ৰিত হৈ আছে বা বন্ধ কৰিবলৈ বাধ্য হৈছে।
মডেল স্কুলৰ বিষয়টোও উত্থাপন , যিখন বিদ্যালয়ক প্ৰথমে সম্পূৰ্ণ আৱাসিক প্ৰতিষ্ঠান হিচাপে কল্পনা কৰা হৈছিল যদিও এতিয়াও অকাৰ্যকৰী হৈ আছে।

মাননীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই উদ্বেগসমূহ গুৰুত্বসহকাৰে লোৱা হৈছে আৰু যথাযথ অগ্ৰাধিকাৰৰ সৈতে মোকাবিলা কৰা হ’ব বুলি আশ্বাস দিয়ে।

18/02/2026

আজি সদনত বৰপেটাত বিশ্ববিদ্যালয়, বেকী আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰো দাবী: বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম ।

10/02/2026

বাঘবৰ সমষ্টিৰ সত্ৰকনৰা গাওঁ পঞ্চায়তৰ ৰাজিব নগৰত এজন ৰাইজ বক্তব্য।

09/02/2026

বাঘবৰ সমষ্টিৰ মন্দিয়া গাওঁ পঞ্চায়তৰ মন্দিয়া পাথাৰ গাওঁৰ ৰাস্তাৰ উন্নয়ন সম্পৰ্কে ৰাইজৰ প্ৰতিক্ৰিয়া।

07/02/2026

পুৰণি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ আদৰ্শ গাঁওৰ উন্নয়নৰ ফোফলা স্বৰূপ উদংঙালে।

06/02/2026

বৰপেটা জিলা পুৰণি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ উন্নয়নৰ নমুনা।

Address

Mandia
Barpeta
781308

Alerts

Be the first to know and let us send you an email when Chand Vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category