16/04/2023
আমাৰ প্ৰতিযোগী নং ৩
Name :saiful Islam
আমালৈ প্ৰেৰণ কৰক ভিডিঅ WhatsApp number 070027 60472
==================+=+============
পৱিত্ৰ ৰমজান মাহৰ ঈদ উপলক্ষে আমাৰ এই ফেচবুক পেজৰ পৰা এটা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, অনুষ্ঠান খনৰ নাম #বোকাত-পদুম # এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বিচৰা প্ৰতিযোগী সকলে নিজৰ voice যোগে ভিডিঅ যিকোনো গীত গাব পাৰে । তলত দিয়া WhatsApp নম্বৰত আপোনাৰ ভিডিঅ ও নাম ঠিকনা পঠিয়াই দিয়ক WhatsApp no 7002085033
#নিয়মাৱলী_সমূহ।
*মূল পেজত গৈ follow লাইক কমেন্ট আৰু শেয়াৰ কৰিব লাগিব।।
* ভিডিঅটো ২ মিনিটৰ তলত হব লাগিব ।
* এটা লাইকত ২ নম্বৰ।
* এটা কমেন্টত ৩ নম্বৰ।
*এটা শেয়াৰত ৫ নম্বৰ।
≠=======================
* প্ৰতিযোগিতা সকলৰ যিকোনো বয়সৰ হব পাৰে।।
* প্ৰথম পুৰস্কাৰ ১০০০ হাজাৰ টকা লগতে আকৰ্ষণীয় উপহাৰ।।
* দ্বিতীয় পুৰস্কাৰ ৭০০ টকা লগতে আকৰ্ষনীয় উপহাৰ।।
* তৃতীয় পুৰস্কাৰ ৩০০ টকা লগতে আকৰ্ষনীয় উপহাৰ।। লগতে স্থান লাভ কৰা দহ জনক আকৰ্ষনীয় পুৰস্কাৰে পুৰস্কিত কৰা হব।।
* ১০০০ জন প্ৰতিযোগী হোৱাৰ পিছত হে ফলাফল ঘোষণা কৰা হব।।
* প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰাৰ্থী সকলে উপহাৰ গ্ৰহণ কৰি আমালৈ এখন ভিডিঅ প্ৰেৰণ কৰিব লাগিব।
* বিজয়ী সকলক মানপত্ৰৰে সন্মানীত কৰা হব।।
*বিজয়ী সকলৰ পুৰস্কাৰ ডাঘ যোগে প্ৰেৰণ কৰা হব।।
*এজনে এবাৰ শেয়াৰ কৰিব পাৰিব। বেছি কৰিলেও এটা শেয়াৰ নং হে পাৱ
বিদ্ৰ :
১!আমালৈ প্ৰেৰণ কৰা ভিডিঅটো WhatsApp profile দিব যাতে আমি আপোনাক মূল পোষ্টৰ লিংক সহজে দিব পাৰোঁ
২। আপোনাৰ মোবাইল নম্বৰ আমাৰ হাতত সুৰক্ষিত।
৩। পেজৰ মূখ্য সম্পাদক সিদ্ধান্ত চুৰান্ত সিদ্ধান্ত।।
আমালৈ প্ৰেৰণ কৰক ফটো WhatsApp number 7002760472