Apurba Sarma new

Apurba Sarma new সময়ৰ কাম সময়ত কৰিব নোৱাৰিলে পিছত কৰিবলৈ সময় নাথাকিব ।

 েব্ৰুৱাৰীৰ পৰা চৰকাৰী ভাৱে নিয়োজিত কৰ্মচাৰী সকলক NPS নামৰ এক অসাংবিধানিক ব্যৱস্থাৰে অৱসৰৰ পিছত বজাৰ ব্যৱস্থাৰ মাজলৈ ঠেল...
01/02/2025

েব্ৰুৱাৰীৰ পৰা চৰকাৰী ভাৱে নিয়োজিত কৰ্মচাৰী সকলক NPS নামৰ এক অসাংবিধানিক ব্যৱস্থাৰে অৱসৰৰ পিছত বজাৰ ব্যৱস্থাৰ মাজলৈ ঠেলি দি কৰ্মচাৰী সমাজক অৱসৰকালীন সময়ক দুঃসময় কৰি তুলিছে। #ইয়াৰ_প্ৰতিবাদ_কল্পে_১ফেব্ৰুৱাৰী ৰ কলা দিৱস সকলোৱে তথা সকলো স্তৰৰ কৰ্মচাৰীয়ে পালন কৰা উচিত।কেন্দ্ৰীয় তথা ৰাজ্যিক কৰ্মচাৰী সকল আজি জাগি উঠিছে। #ইয়াৰ_ওপৰিও_আগন্তুক_UPS ক প্ৰবল বিৰোধিতা কৰি OPS হে যে আমাৰ কাম্য তাক প্ৰতিষ্ঠা কৰাটোও আমাৰ বাবে জৰুৰী। ি_১_ফেব্ৰুৱাৰীৰ_দিনা_আমি_সকলো_কৰ্মচাৰীয়ে_ক'লা_বেজ পৰিধান কৰোঁ আৰু দিনৰ ১২ বজাৰ পৰা ১ বজালৈ আমাৰ কাৰ্য্যালয়ত অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰোঁ। #অন্যথা_আজি_প্ৰতিবাদ_নকৰিলে_অৱসৰৰ পিছত প্ৰতিবাদ কৰিবলৈ শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বল হৈ পৰিব।
োৱে_মিলি_অৱসৰি_জীৱন_সুৰক্ষিত_কৰো।

At Bongaigaon Circuit House
30/12/2024

At Bongaigaon Circuit House

আজি ইং ২৫ ডিচেম্বৰ ২০২৪ তাৰিখে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা বৰপেটা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সাধাৰণ সভ...
25/12/2024

আজি ইং ২৫ ডিচেম্বৰ ২০২৪ তাৰিখে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা বৰপেটা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সাধাৰণ সভাত অনাগত দিনত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নকৰা পৰ্যন্ত তীব্ৰৰ পৰা তীব্ৰতৰ কাৰ্যসূচী লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা, ধুবুৰী জিলা সমিতিৰ আহ্বানত  অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষা "পুৰণি পেঞ্চন ব্যৱস্থা (OP...
24/12/2024

সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা, ধুবুৰী জিলা সমিতিৰ আহ্বানত অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষা "পুৰণি পেঞ্চন ব্যৱস্থা (OPS) " প্ৰদান কৰাৰ দাবীত এক সভা অনুষ্ঠিত হয়। সভাত সকলো চৰকাৰী এনপিএছ কৰ্মচাৰীয়ে একগোট হৈ ১ ফেব্ৰুৱাৰীত কলা দিৱস পালন, বাজেট অধিৱেশনত ধৰ্ণা কাৰ্যসূচী আৰু ১ মে তাৰিখে গুৱাহাটীত এক বিশাল কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিব। উক্ত সভাত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা আৰু কোষাধ্যক্ষ আব্দুৰ ৰৌফ ডাঙৰীয়া উপস্থিত থাকে।

20/12/2024


যোৱা ইং ১৪-১২-২০২৪ তাৰিখে খানাপাৰাস্থিত অসম পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সন্থাৰ কাৰ্যালয়ত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সং...
15/12/2024

যোৱা ইং ১৪-১২-২০২৪ তাৰিখে খানাপাৰাস্থিত অসম পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সন্থাৰ কাৰ্যালয়ত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ উদ্যোগত অসমৰ সকলো এনপিএছ বিৰোধী আন্দোলনৰ লগত জড়িত সংস্থা সংঘৰ লগত পঞ্চম তম যৌথ সন্মিলন অনুষ্ঠিত হৈ যায়। সভাই এন পি এছ বিৰোধী সংগ্ৰামৰ তীব্ৰতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

30/11/2024

কৰ্মচাৰী সকলৰ অৱসৰকালিন আৰ্থিক সুৰক্ষা পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ সোণোৱ...
30/11/2024

কৰ্মচাৰী সকলৰ অৱসৰকালিন আৰ্থিক সুৰক্ষা পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ সোণোৱাল দেৱৰ লগত আলোচনাত মিলিত হওঁ। আলোচনাত কৰ্মচাৰী সকলৰ অৱসৰকালিন আৰ্থিক সুৰক্ষাৰ বাবে সৰ্বতোপ্ৰকাৰৰ সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল।

29/11/2024

Address

Amingaon DC Office
Amingaon
781031

Alerts

Be the first to know and let us send you an email when Apurba Sarma new posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category