13/03/2026
Date:13/03/2026
বিশ্ব ঐতিহ্য মিত্ৰ বঁটাপ্ৰাপ্ত হোজাইৰ কৃষ্ণ কুমাৰ সিংহৰ দেহাৱসান। বাৰ্ধক্যজনিত কাৰণত প্ৰায় ৯৮ বছৰ বয়সত দেহাৱসান ব্যক্তি গৰাকীৰ। হোজাইৰ ৰাজবাৰীৰ এই গৰাকী ব্যক্তি জিলাৰ বিভিন্ন প্ৰান্তৰ জিলাৰ উন্নয়নৰ হকে কাম কৰা, উন্নয়নৰ বাটকতীয়া স্বৰূপ,শান্তি সমৃদ্ধিৰ ক্ষেত্ৰত নিজকে আহুতি দিয়া ব্যক্তিসকলৰ ভিতৰত অন্যতম। এগৰাকী সমাজ সেৱক, বিশিষ্ট লেখক, প্ৰত্নতত্ত্ব সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে আগভাগ লৈ বিশ্ব ঐতিহ্য মিত্ৰ বঁটা লাভ কৰা ব্যক্তি আছিল শ্ৰী কৃষ্ণ কুমাৰ সিংহ। তেখেতৰ মৃত্যু সকলোৰে বাবে এক অপূৰণীয় ক্ষতি ফলত শোকত ম্ৰিয়মান সমগ্ৰ অঞ্চলবাসী।
Hojai #