mufti majaharul islam

mufti majaharul islam majaharul islam .hugaltoli datialbori

কে বেছি পছন্দ কৰেন? #ভাইৰাল  #জিলাপি
10/03/2026

কে বেছি পছন্দ কৰেন? #ভাইৰাল #জিলাপি

29/01/2026

সংসাৰ সংসাৰ #ভাইরালভিডিওシ #ভালোবাসা

28/01/2026

মানুস তিনটি বস্তু হতে চাইনা তবুও হয়ে যায়

01/01/2026

01/01/2026

31/12/2025

আলিম সকলৰ দৰমহা বৃদ্ধি না কৰিলে কি হ'ব?
মই আল্লাহৰ কছম খাই কৈ আছোঁ,
যদি আজিকালি মানুহে আলিম সকলৰ দৰমহা বৃদ্ধি নকৰে আৰু আলিম সকলক সন্মান নকৰে তেনেহলে মনত ৰাখিব,আগন্ত সময়ত আমাৰ ধৰ্মালম্বী লোকৰ মাজত দ্ধিনী শিক্ষা কম হৈ যাব,কাৰণ যেতিয়া আলিম সকলৰ দৰমহা বৃদ্ধি নকৰিব তেতিয়া তেখেত সকল business কৰিব আৰু নিজৰ সময় business ত লগাব, তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীক কোনে শিক্ষা দিব,বিনা শিক্ষাই ডাঙৰ দীঘল হৈ আপোনালোকৰ নাক কাণ কাটিব তেতিয়া আপোনালোকে নিজৰ সন্তানক দোষী সাব্যস্ত কৰিব , সেইটো কিমান যুক্তি সংগত হ'ব , আপোনালোকে অলপ চিন্তা কৰি চাওক, এতিয়াও সময় আছে ভাল হৈ জাওক ,আলিম সকলক সন্মান দিবলৈ শিক্ষক ,হুজুৰ ছঃ কৈছৈ کن عالما او متعلما او محبا او متبعا ولاتکون الخامس فھلک আলিম হোৱা ,আলিম হ'ব নোৱাৰিলে আলিমৰ ছাত্ৰ হোৱা , সিটো হ'ব নোৱাৰিলে আলিমক মোহাববত কৰা, সিটোও নোৱাৰিলে আলিমক অনুসৰণ কৰা সিটোও নোৱাৰিলে পাছ নম্বৰ নহ'ব নহ'লে ধ্বংস হৈ যাব।
✍️মুফতি মাজাহাৰুল ইছলাম।

30/12/2025

Beautiful Naat acting at Datialbori Haji Abdul Gofur & Johura Banaat madrassa

29/12/2025

দাতিয়াল বুড়ী হাজী আঃগফুৰ ও জহোৰা বানাত মাদ্ৰাছা #ভাইরালভিডিওシ

26/10/2025

ফুলেৰ সৌৰভ আৰ মানুষেৰ গৌৰব চিৰকাল থাকে না !

25/10/2025

Address

Hugaltoli
Morigaon
782127

Alerts

Be the first to know and let us send you an email when mufti majaharul islam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to mufti majaharul islam:

Share

Category