জোনাক জগৃতি

  • Home
  • জোনাক জগৃতি

জোনাক জগৃতি মহা মহা জীৱনৰ চানেকিৰে

17/08/2024

মই আৰু মোৰ অনুভৱ .........
প্ৰেমৰ অৰ্থ যদি ভালপোৱা বিশ্বাস আস্থাৰেই আৰম্ভণি হয় তেতিয়া খং , কাজিয়া , জেদ কিহৰ বাবে ??
ভালপোৱা জনৰ প্ৰতি থকা বিশ্বাস হেৰাই কিয় ইমান কষ্ট পাব লগা হয় ?
মনৰ পৰা ভালপোৱাটো জানো ভুল হব পাৰে নে যোগ্যতা নাথাকিলে ভাল পাবলৈ শিকিব নালাগে ?
স্বাভিমানবোৰো কৰবাত কোনোবা এটা চুকত ৰৈ যায়
ভাগি যায় বহুতো পাহৰিব নোৱাৰা সম্পৰ্ক
আবেগ , অনুভূতি আৰু প্ৰিয় জনে দি যোৱা কিছুমান মিছা প্ৰতিশ্ৰুতি 😌
নিজক সান্তনা দিবলৈ মা দেউতাক বিচাৰোঁ সঁচা কিন্তু মনটো 🌝
মনটোৱে বিচৰা দৰে সাহস দিবলৈ ভাল লগা বোৰ প্ৰকাশ কৰিবলৈ কাৰোবাক বিচাৰোঁ সেয়া জানো ভুল হব পাৰে
সামাজিক মাধ্যমৰ বিশৃঙ্খল পৰিবেশৰ পৰা নিজকে আঁতৰাই আনি মুক্ত মনে হাহিবলৈকাৰোবাক বিচাৰোঁ 🌝
অনুভৱ বোৰ প্ৰকাশ কৰিবলৈ অসমৰ্থ বাবেই স্মৃতিৰ পাতত সাঁচি ৰাখোঁ
ব্যস্ত হব বিচাৰোঁ নিজক লৈ আৰু অনুভৱ খিনিৰ সৈতে
দৌৰিছোঁ সফলতাৰ পাছত কিন্তু কিয় বাৰে বাৰে বিফলতাই আঘাত সানে 🥹
জীয়াই থকা সময়বোৰ নিজক দিব বিচাৰো মোৰ বাবে আৰু .......

14/08/2024

মনে বিচৰা দৰে সুখী হব বিচাৰোঁ আৰু মনৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ এখন পৃষ্ঠা বিচাৰোঁ।।।

Address

Majuli

Website

Alerts

Be the first to know and let us send you an email when জোনাক জগৃতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Grocery Store?

Share