An-Noor Academy BPRD

  • Home
  • An-Noor Academy BPRD

An-Noor Academy BPRD Education is knowledge and knowledge is power

26/05/2025
আচ্ছালামু আলাইকুম ওৰাহমাতুল্লাহি ও বাৰাকাতুহ    সন্মানীয় অভিভাৱক সকল আপোনালোকে জানে যে ৰমাদ্বান মাহৰ পিছৰে পৰা মাদ্ৰাছা...
05/04/2025

আচ্ছালামু আলাইকুম ওৰাহমাতুল্লাহি ও বাৰাকাতুহ
সন্মানীয় অভিভাৱক সকল আপোনালোকে জানে যে ৰমাদ্বান মাহৰ পিছৰে পৰা মাদ্ৰাছাৰ পাঠ্যক্ৰমৰ নতুন আৰম্ভণি হয়।
সেয়েহে ২০২৫ ইং চনৰ "নু'মান বিন ছাবিত (ৰঃ) মডেল একাডেমি হাউলীৰ" নতুন আৰু পুৰণি ছাত্ৰ সকলৰ ভৰ্তিৰ কাৰ্যক্ৰম অহা ৫.৬ এপ্ৰিল ২০২৫ ইং তাৰিখ মোতাবিক শনিবাৰ আৰু ৰবিবাৰ দিনা হ'ব। ইনশা'আল্লহ ৯ এপ্ৰিল বুধবাৰৰ পৰা পাঠদানৰ শুভাৰম্ভনি কৰা হ'ব ।
ইচ্ছুক ছাত্ৰ সকলে নিৰ্দ্দিষ্ট সময়ত ভৰ্তিৰ বাবে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ।
#নতুন ছাত্ৰৰ ভৰ্তি ফিছ ৬০০০ টকা ।
#পুৰণি ছাত্ৰৰ ভৰ্তি ফিছ ৪০০০ টকা ।
যোগাযোগ নম্বৰ
091017 62634 - 091011 97021

কৰ্তৃপক্ষ
নু'মান বিন ছাবিত (ৰঃ) মডেল একাডেমি হাউলী

An-Noor Academy BPRD  Hamidul Islam
02/03/2025

An-Noor Academy BPRD Hamidul Islam

12/01/2025

হাফিজী শিক্ষাৰ বাবে নিৰ্ভৰযোগ্য প্রতিষ্ঠান

NU'MAN BIN SABIT ACADEMY (NSA)
নু'মান বিন ছাবিত একাডেমী

শ্ৰেণী সমুহ-
ল'ৰাৰ বাবে হিফ্জ আৰু দ্বিনীয়াত।
ছোৱালীৰ বাবে মুমিনা পাঠ্যক্রম (৪ বছৰীয়া)

২০২৫-২৬ ইং বৰ্ষৰ নামভৰ্ত্তি প্রক্রিয়া চলি আছে

বিঃ দ্রঃ ছোৱালী সকলৰ বাবে পৃথক ব্যৱস্থাৰ । লগতে সকলো সুবিধা একেই থাকিব

আমাৰ সুবিধা সমূহঃ

১। অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান।

২। উন্নতমানৰ শ্ৰেণীকোঠা।

‎‫৩। অতি কম সময়ৰ ভিতৰত হিফ্জ সম্পূৰ্ণ কৰাৰ সুবিধা।

৪। প্ৰাথমিক স্বাস্থ্য পৰীক্ষা।

৫। সু-স্বাস্থ্য জাতীয় খাদ্য লগতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা।

৬। উন্নতমানৰ বেডৰুমৰ ব্যৱস্থা।

৭। একাডেমি তৰফৰ পৰা কাপোৰ ধুই দিয়াৰ ব্যৱস্থা।

৮। দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ সুবিধা।

৯। বুনিয়াদী ইছলামিক শিক্ষা লগতে সাধাৰণ শিক্ষাৰ ব্যৱস্থা।

হাউলী টাউন, ৱাড/নং ১০, আমবাৰী (বাইতুন নুৰ মছজিদৰ ওচৰত) জিলা। বৰপেটা, অসম-৭৮১৩১৬

ফোন ৯১০১৭৬২৬৩৪, ৯১০১১৯৭০২১

Run By- DARUS SALAM EDUCATIONAL AND CHARITABLE TRUST
Hamidul Islam

19/12/2024

হাফিজী আৰু দ্বীনিয়াত শিক্ষাৰ বাবে নিৰ্ভৰযোগ্য প্রতিষ্ঠান।

NU'MAN BIN SABIT ACADEMY
হাউলী টাউন ৱাড নম্বৰ ১০ বৰপেটা অসম ৭৮১৩১৬

২০২৫-২৬ বৰ্ষৰ নামভর্তি প্রক্রিয়া চলি আছে।

শ্রেণী সমূহ :
লৰা সকলৰ বাবে হিফজ আৰু দ্বিনীয়াত ।
ছোৱালী সকলৰ বাবে মমিনা পাঠ্যক্ৰম (চাৰি বছৰীয়া)

আমাৰ সুবিধাসমূহ:
১। অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান।
২। উন্নতমানৰ শ্ৰেণীকোঠা।
৩। অতি কম সময়ৰ ভিতৰত হিফ্জ সম্পূৰ্ণ কৰাৰ সুবিধা।
৪। প্ৰাথমিক স্বাস্থ্য পৰীক্ষা ।
৫। সু-স্বাস্থ্য জাতীয় খাদ্য লগতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা।
৬। উন্নতমানৰ বেডৰুমৰ ব্যৱস্থা।
৭। একাডেমী তৰফৰ পৰা কাপোৰ ধুই দিয়াৰ ব্যৱস্থা।
৮। দৰিদ্ৰ মেধাবী ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ সুবিধা।
৯। বুনিয়াদী ইছলামিক শিক্ষা।

যোগাযোগ নম্বৰঃ 9101762634, 9101023690

নোট: ছোৱালী সকলৰ বাবে পৃথক (separate) ব্যৱস্থা কৰা হৈছে। আলহামদুলিল্লাহ

Address


Website

Alerts

Be the first to know and let us send you an email when An-Noor Academy BPRD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Grocery Store?

Share