KAMS MEDI MARRT

KAMS MEDI MARRT Save your time – save your money – shop from our grocery store.

we are the address if you want the freshest grocery products in your budget.
Daily Mart Nalbari

15/01/2026

নলবাৰীবাসীক সেৱা আগবঢ়াবলৈ আমি সদায় প্ৰস্তুত !!

🛍️ We offer a wide range of FMCG and grocery items to satisfy your family's needs, Visit our store 🛒।
📌
Kams Daily Mart Nalbari
9151193066
LNB ROAD 🛣️,, NALBARI !!

সদায় নলবাৰী বাসীৰ সেৱাত ঃঃ
15/01/2026

সদায় নলবাৰী বাসীৰ সেৱাত ঃঃ

21 Days to Go. 1st Anniversary KAMS MEDI MARRT 🎉🎂👏
16/12/2025

21 Days to Go. 1st Anniversary KAMS MEDI MARRT 🎉🎂👏

17/06/2025

কেমচ মেডি মাৰ্ট, নলবাৰীত - আপোনাৰ প্ৰতিটো প্ৰয়োজনীয় তথা উৎকৃষ্ট মান সামগ্ৰী পাব -- ৰেহাই মূল্যত !!
কছমেটিকচ ঃ গ্ৰোচাৰী ঃ বেবী ফুডচ ঃ ড্ৰাই ফুডচ ঃ উপহাৰ সামগ্ৰী !!
KAMS MEDI MARRT @90777-18000

অসম Times ৰ মূখ্য সম্পাদক সন্মানীয় এম মহিবৰ ৰহমান দেৱৰ জন্মদিনত তেখেতলৈ থাকিল আমাৰ আন্তৰিক শুভকামনা  ওঁ অফুৰন্ত মৰম !! ল...
22/05/2025

অসম Times ৰ মূখ্য সম্পাদক সন্মানীয় এম মহিবৰ ৰহমান দেৱৰ জন্মদিনত তেখেতলৈ থাকিল আমাৰ আন্তৰিক শুভকামনা ওঁ অফুৰন্ত মৰম !! লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ !!
Mahibar Rahman
Axom Time

কেমচ্ মেডি মাৰ্ট ফেমিলি !!
এল এন বি ৰোড , নলবাৰী !!
21st May 2025.

Raj, your presence was a powerful catalyst for motivation and your encouragement has been invaluable.
12/02/2025

Raj, your presence was a powerful catalyst for motivation and your encouragement has been invaluable.

As we are aware, a single positive thought in the morning can profoundly impact our entire day. Similarly, I firmly beli...
12/02/2025

As we are aware, a single positive thought in the morning can profoundly impact our entire day. Similarly, I firmly believe that positive inspiration from friends can be a powerful catalyst for growth in anyone's life. I would like to extend my gratitude to Bandana and Mrinal Sir for their encouragement. KAMS MEDI MARRT

''চিৰ চেনেহী মোৰ ভাষা জননী" ।।অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম্ পাঠশালা অধিবেশনত আজি গ্ৰন্থমেলাৰ বাকৰিত আয়োজিত "কৃষক আৰু স্...
02/02/2025

''চিৰ চেনেহী মোৰ ভাষা জননী" ।।

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম্ পাঠশালা অধিবেশনত আজি গ্ৰন্থমেলাৰ বাকৰিত আয়োজিত
"কৃষক আৰু স্ৱনিৰ্ভৰশীল উদ্যমী সন্মিলন '' খনিত অংশগ্ৰহণ কৰিবলৈ পাই অনাবিল আনন্দ অনুভৱ কৰিছো !!
শৃংখলাবদ্ধ আৰু গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আয়োজিত এই অনুস্থানে অসম সাহিত্য সভাক এক নতুন মাত্ৰা প্ৰদান কৰিব ।।পদ্মশ্ৰী বটাপ্ৰাপ্ত দুজন মহীয়সী ব্যক্তিক একেখন মঞ্চত পাই সঁচাকৈয়ে গৌৰৱবোধ কৰিছোঁ। অসম সাহিত্য সভাৰ এনেকুৱা অনুস্থানে ৰাজ্যৰ আন নতুন কৃষক ও উদ্যোগীসকলক তথা উদ্যোগৰ ক্ষেত্রখনলৈ আহিবলৈ ইচ্ছুকসকলক প্রেৰণা যোগাব !!

মনোৰঞ্জন তালুকদাৰ
কেমচ্ মেডি মাৰ্ট
এল এন বি ৰোড , নলবাৰী !!

Good News from KAMS COSMETICS HUB ::: Nalbari Town:::👉 90777-18000
17/01/2025

Good News from KAMS COSMETICS HUB ::: Nalbari Town:::
👉 90777-18000

04/01/2025

Address

Dhamdhama

Alerts

Be the first to know and let us send you an email when KAMS MEDI MARRT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category