25/11/2022
পুন প্ৰথমবাৰৰ বাবে মিলিজুলি খেলপথাৰত ৭ দিনীয়া কাৰ্য্যসূচীৰে ২ জানুৱাৰীৰ পৰা ৮ জানুৱাৰী লৈ ১ম মিলিজুলি যুৱ মহোৎসৱ ও বাণিজ্য মেলা হবলৈ গৈ আছে। উক্ত যুৱ মহোৎসৱ ও বাণিজ্য মেলাত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আয়োজক কমিটিৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ।